Slam Baby found death

দুটা কথা নকৈ,ওলোটা জ্ঞাণ দিলে । এয়ায় মানসিকতাৰ পাৰ্থক্য । কোনবায় সহায় কৰিলে,কোনোবায় যুক্তি দৰ্শয়াতেই উঠিপৰি লাগিছে।।
হে ঈশ্বৰ এই দেৱ শিশুটিক আৰু তাই মাতৃক সুৰক্ষিত ৰখা,আৰু যিয়ে এই শিশুটিৰ লগতে মাতৃ গৰাকীৰ জীৱন এনে বিপদগামী কৰিলে তাক উচিত শাস্তি দিয়া,এয়াই কামনা তোমাৰ চৰনত প্ৰভূ।
যদি পাৰে কোনোবায় দায়িত্বলৈ এই মাতৃ গৰাকী আৰু দেৱ শিশুটোৰ ঠিকনা তো নাই তথাপিও সহায়ক হিচাপে বা মা আৰু শিশুঠিৰ বাবে সু ব্যৱস্থা কৰাৰ পৰিকল্পনা লওঁক।যিমানখিনি পাৰিম সহায় আগবৰাম।
সকলকে অনুৰোধ,এই ঘটণাটো অহা কালি যাতে সোসাল মিডিয়াত এনে ভাৱে প্ৰচাৰ কৰক,যাতে অসমৰ প্ৰতিটো টিভি মিডীয়ায় গুৰুত্ব সহকাৰে লৈ প্ৰচাৰ কৰে।সেইবাবে সকলোৱে এবাৰ হলেও ছেয়াৰ কৰক।যাতে চৰকাৰৰ দৃষ্টগোচৰ হয় আৰু মা শিশুটিৰ কিবা সু ব্যৱস্থা হয়।

Comments

Popular posts from this blog

Ask Wilson 2020

Health Benefits of Ashwagandha

Ginseng benefits......